হেলো এভ্ৰীওৱান কি খবৰ তোমালোকৰ
আশা কৰিছো তোমালোক সকলোৱে
ভালে কুশলে আছা
আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত
আলোচনা কৰিবলৈ ওলাইছো
ক্লাছ 12 ৰ ভালে সংখ্যক শিক্ষাৰ্থীৰ প্ৰশ্ন
আমি ইংলিছ Subject ক বহুত ভয় কৰো
পহিলে ও মনত নাথাকে
প্ৰশ্নৰ উত্তৰ কেনেকৈ লিখিম
ইংলিছত কেনেকৈ ভাল নম্বৰ পাম
নমস্কাৰ মই দিগন্ত
আজি এই ভিদিঅটোৰ মাধ্যমেৰে
কোনো নতুন কৌশল বা কোনো ৰকেট চায়েন্সৰ বিষয়ে আলোচনা নকৰো
কিন্তু কেইটামান অতি দৰকাৰী কথা আলোচনা কৰিম
যি তোমালোকৰ প্ৰস্তুতি উন্নত কৰাত সহায় কৰিব
আৰু
যদিহে এনেদৰে প্ৰস্তুতি কৰা
নিশ্চিত ভাৱে পৰীক্ষাত ভাল নম্বৰ পাবা
সকলো তথ্য ভালদৰে আয়ত্ব কৰিবলৈ
আজিৰ এই ভিডিঅটো সম্পূৰ্ণ কৰি শেষলৈকে চাবা
ভিডিঅটোৰ পৰৱৰ্তী অংশলৈ আগবঢ়াৰ আগতে
আমাৰ চেনেলৰ চমু বিজ্ঞাপন কৰি লও
আমাৰ এইটো চেনেলত
সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল
বিষয় অনুসৰি প্ৰশ্নোত্তৰ
শাৰী অনুসাৰে অসমীয়ালৈ ব্যেখা
অধ্যয়ন কৌশল
মডেল প্ৰশ্ন কাকত
আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত
বহুতো ভিডিঅ উপলব্ধ হৈ আছে
তোমালোকে ভিডিঅবোৰ চাবা
ভিডিঅবোৰ যদি তথ্য সমৃদ্ধ হয়
আৰু ইয়াৰ দ্বাৰা উপকৃত হলে
লাইক আৰু share কৰিবা
চেনেলটো যদি subscribe কৰা নাই
দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅৰ নতিফিকেশ্যন পাবলৈ
চেনেলটো subscribe কৰি লোৱা ।
বলা এতিয়া মূল বিষয়টো আলোচনা কৰো
কেৱল ইংলিছ Subject বুলিয়ে নহয়
প্ৰতিটো বিষয়ত ভাল নম্বৰ পাবলৈ হলে
নিজৰ এটা তাৰ্গেত লাগিব
প্ৰতিটো বিষয়ত পৰ্যাপ্ত সময় দিব লাগিব
প্ৰেক্টিছ লাগিব
পৰীক্ষাৰ আৰ্হি আৰু চিলেবাছৰ knowledge থাকিব লাগিব
এইবোৰে আমাৰ প্ৰস্তুতি উন্নত কৰে
ইংলিছ বিষয়ৰ কথা কব হলে
প্ৰথমতে চিলেবাছটো জানি লোৱা
তাৰ পিছত কোৱেষ্টন পেপাৰ ফৰ্মেটটো জানি লোৱা
পেপাৰ হয় hundred মাৰ্ক্সৰ
যাক চাৰিটা অংশত ভাগ কৰা হয়
ৰিডিং
ৰাইতিং
গ্ৰামাৰ আৰু
Textual
এইখিনি জনাৰ পিছত
এতিয়া এটা তাৰ্গেত কৰি লোৱা যে
ইংলিছৰ দুয়োখন কিতাপৰ বাবে
মই সপ্তাহত কমেও পাঁচ ছয় ঘণ্টা সময় দিম
ৰাইতিং চেকচনৰ বাবে সপ্তাহত কমেও তিনি চাৰি ঘণ্টা সময়
সময় দিয়া মানে তুমি নতিছ, পষ্টাৰ, ৰিপোৰ্ট, application, job Application এইবোৰ লিখি লিখি প্ৰেক্টিছ কৰিব লাগিব।
এইবোৰ মুখস্থ কৰা নহয়
নিজেই বনাই লিখা প্ৰেক্টিছ কৰিব লাগে
গ্ৰামাৰৰ বাবে সপ্তাহত কমেও দুই তিনি ঘণ্টা সময় দিব লাগে
আৰু সপ্তাহৰ শেষত
৩০ ৰ পৰা ৪০ মিনিট সময় এক্টিভ ৰিভিজন কৰিব লাগে
তুমি নিজেই নিজকে সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগিব
ইংলিছ subject ৰ তোমালোকৰ বাবে এখন উত্তম ইবুক প্ৰস্তুত কৰিছো
যত তোমালোকে ৰাইটিং চেকচন
গ্ৰামাৰ চেকচন
আৰু দুয়োখন কিতাপৰ সকলো প্ৰশ্নৰ উত্তৰ আছে
ফাইনেল পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ
প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ
নতুন আৰ্হিৰ সকলো প্ৰশ্নৰ উত্তৰ
তোমালোকে সকলো একেলগে পাবা
এই ইবুক খন তোমালোকৰ বাবে বহুত helpful হব
দামো বেছি নহয়
যদি কোনোবাই লব বিচৰা Description ত মোৰ নম্বৰ আছে
মোক যোগাযোগ কৰিব পাৰা
মই পুণৰ কম
এই ইবুক খন তোমালোকৰ বাবে বহুত helpful হব
আৰু এইচ এছ ফাইনেল ২০২৬ ৰ কাৰণে
তোমালোকে উন্নত প্ৰস্তুতি কৰিব পাৰিবা
পৰীক্ষাৰ আগত লৈ লাভ নাই
এতিয়াই লবা যাতে প্ৰস্তুতি কৰিবলৈ অলপ বেছি সময় পোৱা
এটা কথা মন কৰিবা
পৰীক্ষাৰ আগৰ দুই তিনি মাহ সময় অতি গুৰুত্বপূৰ্ণ
তুমি গোটেই কিতাপ খন মুখস্থ কৰিছা
সকলো প্ৰশ্নৰ উত্তৰ মুখস্থ আছে
তথাপিও তুমি পৰীক্ষাত ভাল নম্বৰ নোপোৱা
যদিহে তোমাৰ সময় ব্যৱস্থাপনা উন্নত নহয়
সময় ব্যৱস্থাপনা উন্নত কৰিবলৈ
তোমালোকে পেপাৰ প্ৰেক্টিচ কৰিব লাগিব
যদি প্ৰেক্টিচ কৰিব কাৰণে পেপাৰ নাই
মোক যোগাযোগ কৰিবা
পেপাৰ কেনেকৈ প্ৰেক্টিচ কৰিবা
এইখিনি বুজি লোৱা
পেপাৰ হব ১০০ নম্বৰৰ
সময় তিনি ঘণ্টা
মানে 180 minutes
কোনটো অংশত কিমান সময় দি প্ৰেক্টিচ কৰিলে লাভ হব
এইটো জানি লোৱা
10 Minutes - Paper Reading
প্ৰথমতে পেপাৰ এখন পহি লবা
পেপাৰ খন পহীলে এটা ধাৰণা আহে
পেপাৰ খনৰ কিমান কেইটা প্ৰশ্নৰ উত্তৰ তুমি জানা
কোন কেইটা প্ৰশ্নৰ উত্তৰ বনাই লিখিব লাগিব
কোনটো অংশত কিমান অধিক সময়ৰ প্ৰয়োজন হব
এনেকুৱা অলপ আইডিয়া আহিব
20 Minutes - Unseen Passage
35-40 Minutes - Writing
30-35 Minutes - Grammar
60-70 Minutes - Textual Questions
10-15 Minutes - Revision
টাইম মেনেজমেন্ট এদিনত কৰিব নোৱাৰিবা
ইয়াৰ বাবে দীঘলীয় সময়ৰ প্ৰেক্টিচ লাগে
তোমালোকে এনেদৰে প্ৰেক্টিচ কৰি যোৱা
এনেদৰে কৰিলে অভ্যাস হব
আৰু পৰীক্ষাত বহুত সময় ৰাহি হব
তুমি যিমান যি পৰামৰ্শ নললেও
পৰীক্ষাত ভাল নম্বৰ পোৱাটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ তোমাৰ ওপৰত
নিজৰ দক্ষতা আৰু জ্ঞানৰ ওপৰত আত্মবিশ্বাসী হোৱা
তোমাৰ প্ৰস্তুতি, একান্ত একাগ্ৰতা
আৰু সুস্থিৰ মানসিক অৱস্থাইহে কৃতকাৰ্যতা আনিব
আশা কৰিছো আজি আলোচনা বিষয়টো
তোমালোক ভালদৰে বুজি পালা
ভিডিঅটো যদি helpful হৈছে
তেন্তে Like আৰু share কৰিবা
ভিডীঅটোৰ বিষয়ে
নিজৰ মতামত দিবা
অতি সোনকালে
আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুণৰ লগ পাম । ধন্যবাদ ।
No comments:
Post a Comment