4.12.25

Hello

যদিওবা কোনো অফিচিয়েল আপডেট অহা নাই 

কিন্তু সূত্ৰ অনুসৰি 

হায়াৰ চেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট

ডেছ এপ্ৰিল বা ডেছ এপ্ৰিল 

এই দুয়োটা দিনৰ 

কোনোবা এটাত ঘোষনা হোৱাৰ সম্ভাৱনা আছে 


হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট

যিকোনো মুহূৰ্ততে ঘোষণা হব পাৰে 

পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ দিন 

চমু চাপি আহিছে 


বিভিন্ন মাধ্যমত 

বহুতেই ভিন্ন তাৰিখ কৈ আছে 

কিন্তু কোনেও সঠিক তাৰিখ কোৱা নাই 

সদাই নতুন নতুন তাৰিখ প্ৰকাশ পায় 

যাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে 

এতিয়া মানসিক অশান্তিত ভুগিছে 


নমস্কাৰ মই দিগন্ত 

আজিৰ ভিডিঅৰ মাধ্যমৰে

এইচ এছ ৰিজাল্টৰ বিষয়ে 

সবিশেষ তথ্য জানিবলৈ পাবা 

সকলো তথ্য ভালদৰে আয়ত্ব কৰিবলৈ 

ভিডিঅটো সম্পূৰ্ণ কৰি শেষলৈকে চাবা ।


Hello everyone!

Welcome back to our channel.

কি খবৰ তোমালোকৰ 

আশা কৰিছো তোমালোক সকলোৱে 

ভালে কুশলে আছা ।


ভিডিঅটো যদি তথ্য সমৃদ্ধ হয় 

আৰু ইয়াৰ দ্বাৰা উপকৃত হলে 

লাইক আৰু share কৰিবা

চেনেলটো যদি subscribe কৰা নাই 

দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅৰ নতিফিকেশ্যন পাবলৈ 

চেনেলটো subscribe কৰি লোৱা ।  


বলা এতিয়া মূল বিষয়টো আলোচনা কৰো ।


হায়াৰ চেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট

কেতিয়া দিব 


এইকেইদিন সামাজিক মাধ্যমত 

ৰিজাল্টকলৈ বহুতো তথ্য প্ৰকাশ পাই আছে 

সদাই নতুন নতুন তাৰিখ 


সামাজিক মাধ্যমত আৰু WhatsApp ত 

বহুতো স্ক্ৰীণশ্বট share হৈ আছে 

যত ৰিজাল্ট ঘোষণা কৰাৰ তাৰিখ আৰু সময় 

উল্লেখ থাকে ।

কিন্তু সকলো মিছা খবৰ 

যাক লৈ আমাৰ ছাত্ৰ ছাত্ৰী সকল 

এতিয়া মানসিক অশান্তিত ভুগি আছে 


ৰিজাল্টৰ বাবে অপেক্ষা কৰা সময় খিনি 

কিমান কষ্টকৰ 

কিমান টেনশ্যনৰ হয় 


এইটো কেৱল তেওঁলোকে বুজি পায় 

যিয়ে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে 


ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰাৰ তাৰিখ যদি 

আগতীয়াকৈ উল্লেখ কৰিব পাৰে 

তেন্তে বৰ্ড পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ তাৰিখ

যিটো তাৰিখ নিশ্চিত আৰু সঠিক হব 

তেনে তাৰিখ এটা 

কিয় আগতীয়াকৈ উল্লেখ কৰিব নোৱাৰে 


কোনো ভাল দিন বাৰ চাই হে 

পৰিক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হয় 

নে কোনো ঘটনা গাপ দিব কাৰণে 

তাৰ আগে আগে 

বা সেই সময়তে বৰ্ড পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰে 


শিক্ষা পৰিষদ বা শিক্ষা বিভাগে 

তেনে কোনো সময়ৰ অপেক্ষাত আছে নেকি ? 


১৭ এপ্ৰিল, ২০ এপ্ৰিল 

এনেকুৱা বহুতো তাৰিখ গ'ল

কিন্তু কোনো অফিচিয়েল আপডেট নাই 

প্ৰতি বছৰে এনেকুৱা কিয় হয় 


মই ভিডিঅৰ আৰম্ভনিতে কৈছিলো যে 

ৰিজাল্টৰ বিষয়ে 

সবিশেষ তথ্য জানিবলৈ পাবা 


যদিওবা কোনো অফিচিয়েল আপডেট অহা নাই 

কিন্তু সূত্ৰ অনুসৰি 

হায়াৰ চেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট

২৫ এপ্ৰিল বা ২৭ এপ্ৰিল 

এই দুয়োটা দিনৰ 

কোনোবা এটাত ঘোষনা হোৱাৰ সম্ভাৱনা আছে 


মই পুনৰ জনাই দিও 

এইচ এছ ৰিজাল্টকলৈ 

কোনো অফিচিয়েল আপডেট প্ৰকাশ পোৱা নাই 

বৰ্তমান সময়ত fake news বোৰ ভাইৰলে হৈ আছে 


আশা কৰিছো আজি আলোচনা বিষয়টো 

তোমালোক ভালদৰে বুজি পালা

ভিডিঅটো যদি helpful হৈছে 

তেন্তে Like আৰু share কৰিবা 

ভিডীঅটোৰ বিষয়ে  

নিজৰ মতামত দিবা 


অতি সোনকালে 

আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুণৰ লগ পাম ।  ধন্যবাদ ।
















No comments:

Post a Comment

  
    
             
Do you have any doubts? chat with us on WhatsApp
    
    
      Hello, How can I help you?       ...     
  
          Click me to start the chat...