10.1.21

Keeping Quiet class 12 in Assamese

Keeping Quiet class 12 in Assamese

Keeping Quiet class 12 in Assamese


Keeping Quiet class 12 in Assamese: Keeping Quiet is a poem from class 12 NCERT English main text book Flamingo. keeping Quiet is penned by poet Pablo Neruda. Here, you'll get to read Keeping Quiet class 12 in Assamese. 




Keeping Quiet পাঠটো Pablo Neruda ৰ দ্বাৰা লিখা হৈছে। ইয়াত মই Keeping Quiet পাঠটো অসমীয়াত উপস্থাপন কৰিবলৈ প্ৰচেষ্টা কৰিছো। 



অন্যান্য পাঠসমূহৰ সাৰাংশ আৰু ব্যাখ্যা 



Keeping Quiet summary in Assamese (Axomiyat mulvab) 

Keeping Quiet হৈছে শান্তু ভাৱে আম্ভানুসন্ধান কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা এটি কবিতা । ক্ষিপ্ত গতিবিধি, বস্তুবাদী অভিপ্ৰায়ৰ বাবে ঢাপলি মেলা আৰু মানুহৰ বলিয়া দৌৰে এই পৃথিৱীৰ বহুতো ক্ষতি কৰিছে । যুদ্ধ আৰু সকলোধৰণৰ ধ্বংসাত্মক গতিবিধিৰ পৰা দূৰত এক উৎকণ্ঠাহীন আলস্যৰ স্থিতি কবিয়ে বিচাৰিছে ।



কবিৰ মতে আম্ভানুসন্ধানমূলক নীৰৱতাই মানৱ জাতিৰ পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি কৰিব আৰু তেওঁলোকক আত্ম - বিধ্বংসী জঘন্য পথবোৰৰ পৰা দূৰত ৰাখিব । গভীৰ নীৰৱতাই একতা কঢ়িয়াই আনিব আৰু আমি বসবাস কৰা ঠাইত বিশৃংলতাৰ নিৰৰ্থকতাক অনুভৱ কৰাব ।



প্ৰশ্নসমূহৰ উত্তৰৰ বাবে তলত দিয়া ছবিখন স্পৰ্শ কৰক

Keeping Quiet class 12 in Assamese


আশা কৰো আপুনি এই প্ৰচেষ্টাত সন্তুষ্ট, অনুগ্ৰহ কৰি মন্তব্য শাখাত লিখক, আপোনাৰ সহপাঠী, বন্ধুবৰ্গৰ সৈতে share কৰক লগতে আপোনাৰ মূল্যৱান পৰামৰ্শ লিখিবলৈ নাপাহৰিব। ধন্যবাদ


No comments:

Post a Comment

  
    
             
Do you have any doubts? chat with us on WhatsApp
    
    
      Hello, How can I help you?       ...     
  
          Click me to start the chat...