Opposite Words In Assamese for class 10 HSLC:(দশম শ্ৰেণীৰ বাবে অসমীয়াত বিপৰীত শব্দ সমূহ)
Opposite Words In Assamese for class 10 HSLC(দশম শ্ৰেণীৰ বাবে অসমীয়াত বিপৰীত শব্দ সমূহ)
ব্যঞ্জনবৰ্ণ
ক
ক'লা - বগা
ককাইদেউ - বাইদেউ
কঠিন - উজু / সহজ
কঠোৰ - কোমল
কনিষ্ঠ - জ্যেষ্ঠ
কন্দা - হহাঁ
কপটীয়া - উদাৰ
কাতৰ - অকাতৰ
কুটিল - সৰল, উদাৰ
কেঁচা - পকা
কৃতকাৰ্য - অকৃতকাৰ্য
কৃতজ্ঞ - অকৃতজ্ঞ
কৃত্ৰিম - স্বাভাৱিক, অকৃত্ৰিম
কৃপণ - খৰচী, ধোঁলাখুলীয়া
কৃশ - স্থূল
কোমল - টান
ক্ৰন্দন - হাঁহি
খ
খাদ্য - অখাদ্য
খালী - ভৰ্তি
খোৱা - নোখোৱা
গ
গধুৰ - পাতল
গধূলি - পুৱা
গৰম - শীত
গৰিমল - মিল
গৰিষ্ঠ - লঘিষ্ঠ
গহীন - পাতল
গুচৰীয়া - আচামী
গুণ - দোষ
গুপন - প্ৰকাশ
গুপ্ত - প্ৰকাশ্য
গুৰু - শিষ্য
গ্ৰহণ - ত্যাগ, বৰ্জন
ঘ
ঘন - পাতল
চ
চহকী - দৰিদ্ৰ
চৰিত্ৰৱন্ত - চৰিত্ৰহীন
চৰিত্ৰহীন - চৰিত্ৰৱান
চেতন - জড়, অচেতন
চুটি - দীঘল
চোৰ - সাধু
জ
জটিল - সৰল
জপা - মেলা
জন্ম - মৃত্যু
জয় - পৰাজয়
জাৰ - জহ
জীৱন - মৃত্যু, মৰণ
জুটি - বিজুটি
জ্যেষ্ঠ - কনিষ্ঠ
জয় - পৰাজয়
জঁয় - সতেজ
জ্ঞাত - অজ্ঞাত
জ্ঞান - অজ্ঞানড়
জ্ঞানী - মূৰ্খ
ট
টান - উজু, ঢিলা
টেঙৰ - সৰল
ঠ
ঠেক - বহল
ড
ডাঙৰ - সৰু
ঢ
ঢিলা - কঠিন
ত
তপত - চেঁচা, ঠাণ্ডা
তল - ওপৰ
তাকৰ - সৰহ
তিৰস্কাৰ - পুৰস্কাৰ
তেজী - লেহেম
ত্যাগ - গ্ৰহণ
ত্ৰুটী - ত্ৰুটীহীন
দ
দ' - বাম
দণ্ড - মুক্তি
দয়ালু - নিৰ্দয়
দাতা - গ্ৰহীতা
দিঠক - সপোন
দিন - ৰাতি
দীঘল - চুটি
দুখীয়া - ধনী
দুৰ্বল - সবল
দুৰ্বলী - ক্ষমতাসম্পন্ন
দূৰ - ওচৰ
দৃষ্টিহীন - দৃষ্টিক্ষম
দেনা - পাওনা
দেৱতা - দৈত্য, দানৱ
দেৱত্ব - পশুত্ব
দেশ - বিদেশ
দেশপ্ৰেম - দেশদ্ৰোহী
দেশহিতৈষীতা - দেশদ্ৰোহীতা
দেশী - বিদেশী
দোষ - নিৰ্দোষ
দ্ৰুত - মন্থৰ
ধ
ধনৱন্ত - দৰিদ্ৰ
ধনী - দুখীয়া
ধৰ্ম - অধৰ্ম
ধৈৰ্য - অধৈৰ্য
ধ্বংস - নিৰ্মাণ
ন
ন - পুৰণি
নতুন - পুৰণি
নবীন - প্ৰবীন
নম্ৰতা - উগ্ৰতা
নিকৃষ্ট - উৎকৃষ্ট
নিন্দা - প্ৰশংসা, স্তুতি
নিদ্ৰা - অনিদ্ৰা
নিৰ্ভুল - ভুল
নিম্নোক্ত - উপৰোক্ত
নিষ্কৰ্মা - কৰ্মী
নিৰস - সৰস
নিৰাশা - আশা
নিৰানন্দ - আনন্দ
নিৰ্মল - মলিন
নিলগত - ওচৰত
নিশা - দিবা
নিষ্ঠুৰ - দয়ালু
নিস্তব্ধতা - হাহাকাৰ
নিয়ম - অনিয়ম
নীতিপৰায়ণ - অনীতিপৰায়ণ
নেদেখা - দেখা
ন্যায় - অন্যায়
প
পণ্ডিত - মূৰ্খ
পৰনিৰ্ভৰশীল - আত্মনিৰ্ভৰশীল
পৰিমিত - অপৰিমিত
পৰিশ্ৰমী - এলেহুৱা
পৰোক্ষ - প্ৰত্যক্ষ
পৱিত্ৰ - অপৱিত্ৰ
পাপ - পুণ্য
পাহাৰ - সমতল
পাতল - ঘন
পাৰ্থক্য - মিল
পুণ্য - পাপ
পুৰণি - নতুন
পুৰুষ - মহিলা
পূব - পশ্চিম
পোহৰ - আন্ধাৰ
প্ৰচুৰ - অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত - অপ্ৰকৃত
প্ৰকাণ্ড - সৰু, ক্ষুদ্ৰ
প্ৰখ্যাত - অখ্যাত
প্ৰতিকূল - অনুকূল
প্ৰতিবাদ - সমৰ্থন
প্ৰত্যক্ষ - পৰোক্ষ
প্ৰবীন - নবীন
প্ৰভু - ভৃত্য, চাকৰ
প্ৰৱেশ - প্ৰস্থান
প্ৰশংসা - নিন্দা
প্ৰস্থান - আগমন
প্ৰাকৃত - বিকৃত
প্ৰাচীন - নবীন
প্ৰাচ্য - পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় - অপ্ৰৌঢ়
প্ৰয়োজনীয় - অপ্ৰয়োজনীয়
প্ৰাচীন - আধুনিক
ব
বলী - নিৰ্বলী
বন্ধুত্ব - শত্ৰুতা
বৰ্তমান - অবৰ্তমান
বন্ধ - মুক্ত
বন্ধন - মুক্তি
বাদী - বিবাদী
বাহিৰ - ভিতৰ
বিখ্যাত - অখ্যাত
বিদেশী - স্বদেশী
বিদ্বান - মূৰ্খ
বিফলতা - সফলতা
বিধি - অবিধি
বিনয় - উগ্ৰ, গৰ্ব, দুৰ্বিনয়
বিৰহ - মিলন
বিৰাম - অবিৰাম
বিশ্বাস - অবিশ্বাস
বিস্তৃত - সংক্ষিপ্ত
বুকু - পিঠি
বৃহৎ - ক্ষুদ্ৰ
বৈচিত্ৰ্য - মিল, ঐক্য
বৈধ - অবৈধ
বৈসাদৃশ্য - সাদৃশ্য
ভ
ভক্তি - অভক্তি
ভদ্ৰ - অভদ্ৰ
ভাই - ভনী
ভাল - বেয়া, মন্দ
ভুল - শুদ্ধ
ভূত - ভৱিষ্যৎ
ভৈয়াম - পাহাৰ
ভোটা - জোঙা, চোকা
ম
মান - অপমান
মিছা - সচাঁ
মিঠা - তিতা
মিহি - খহটা
মিলন - বিচ্ছেদ
মুকলি - বন্ধ
মুখ্য - গৌণ
মূৰ্খ - জ্ঞানী
মূল্যহীন - অমূল্য
মৃত - জীৱিত
মৌখিক - লিখিত
য
যত্ন - অযত্ন
যশ - অপযশ
যোগ - বিয়োগ
ৰ
ৰজনী - প্ৰভাত
ৰজা - প্ৰজা
ৰূপ - কুৰুপ, অৰূপ
ৰূপৱতী - কুৎসিত
ল
লঘু - গুৰু
লাভ - লোকচান
লেহেম - খৰ
শ
শকত - খীণ, চেৰেলা
শত্ৰু - মিত্ৰ
শয়ন - জাগ্ৰত
শান্ত - অশান্ত
শান্তি - অশান্তি
শিক্ষিত - অশিক্ষিত
শীতল - গৰম
শুক্ল - কৃষ্ণ
শুভ - অশুভ
শেষ - আৰম্ভ
শোক - আনন্দ, হৰ্ষ
স
সজ - অসজ
সজীৱ - নিৰ্জীৱ
সদাচাৰ - কদাচাৰ, কুআচাৰ
সদয় - নিৰ্দয়
সধৱা - বিধৱা
সন্মান - অসন্মান, অপমান
সন্তোষ - অসন্তোষ
সন্ধি - বিগ্ৰহ, বিসন্ধি
সপক্ষ - বিপক্ষ
সপোন - দিঠক
সফলতা - বিফলতা
সমাপ্তি - আৰম্ভণি
সম্পদ - অসম্পদ
সম্ভৱ - অসম্ভৱ
সৰল - জটিল, কুটিল
সৰহ - কম
সৰু - বৰ
সস্তা - মহঙা
সহযোগ - অসহযোগ
সহযোগিতা - প্ৰতিযোগিতা
সাকাৰ - নিৰাকাৰ
সাধু - দুষ্ট
সাহসিকতা - ভীৰুতা
সুকৃতি - দুষ্কৃতি
সুখ - দুখ
সুখী - দুখী
সুখ্যাত - কুখ্যাত
সুগম - দুৰ্গম
সুন্দৰ - কুৎসিত, আপচু
সুপুৰুষ - কুপুৰুষ
সুবিধা - অসুবিধা
সুযোগ - দুৰ্যোগ
সুৰ - অসুৰ
সৃষ্টি - ধ্বংস, প্ৰলয়
সৌভাগ্য - দুৰ্ভাগ্য
স্বদেশী - বিদেশ
স্বৰ্গ - নৰক
স্বাৰ্থপৰ - নিস্বাৰ্থ
স্বাৰ্থ - নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন - পৰাধীন
স্থাৱৰ - অস্থাৱৰ
স্থায়ী - অস্থায়ী
স্থিৰ - অস্থিৰ, চঞ্চল
সৎ - অসৎ
সৎচৰিত্ৰ - কুচৰিত্ৰ
সংযোগ - বিয়োগ, বিচ্ছিন্ন
সংহতি - বিভেদ, বিচ্ছিন্নতা
স্তুতি - নিন্দা
হ
হৰণ - পুৰণ
হৰা - জিকা
হৰ্ষ - বিষাদ
হাঁহি - কান্দোন
হিত - অহিত
হ্ৰাস - বৃদ্ধি
ক্ষ
ক্ষমা - প্ৰতিশোধ
ক্ষয় - অক্ষয়, বৃদ্ধি
ক্ষুদ্ৰ - বৃহৎ
স্বৰবৰ্ণ
অ
অকৃতজ্ঞ - কৃতজ্ঞ
অগভীৰ - গভীৰ
অগ্ৰগতি - পশ্চাৎগতি
অচল - সচল
অণু - বৃহৎ
অতিবৃষ্টি - অনাবৃষ্টি
অধম - উত্তম
অধিকাৰ - অনাধিকাৰ
অধীন - স্বাধীন
অতিবৃষ্টি - অনাবৃষ্টি
অনভ্যাস - অভ্যাস
অনুকূল - প্ৰতিকূল
অনুগ্ৰহ - নিগ্ৰহ
অনুচিত - উচিত
অনুৰাগ - বিৰাগ
অপমান - মান
অবৈধ - বৈধ
অৰ্বাচীন - প্ৰাচীন
অভাৱ - উভৈনদী
অভিজ্ঞ - অনভিজ্ঞ
অভ্যাস - অনভ্যাস
অমৃত - বিষ, গৰল
অলপ - বেছি
অসতী - সতী
অসভ্য - সভ্য
অসহায় - সহায়
অসাধু - সাধু
অসুস্থ - সুস্থ
অস্বাভাৱিক - স্বাভাৱিক
অহংকাৰ - নিৰহংকাৰী
অক্ষম - সক্ষম
আ
আইনসংগ - বে-আইনী
আকৰ্ষণ - বিকৰ্ষণ
আকাশ - পাতাল
আচামী - ফৰিয়াদী
আচাৰ - অনাচাৰ
আঢ্যৱন্ত - দৰিদ্ৰ
আদৰ - অনাদৰ
আদান - প্ৰদান
আদি - অন্ত, অনাদি
আধুনিক - পুৰণি
আনন্দ - বিষাদ, নিৰানন্দ
আন্ধাৰ - পোহৰ
আপদ - নিৰাপদ
আপোন - পৰ
আৰম্ভ - শেষ
আৰোহন - অৱৰোহন
আৱাহন - বিসৰ্জন
আৰ্ৱিভাৱ - তিৰোভাৱ, অন্তৰ্ধান
আশা - নিৰাশা
আশীৰ্বাদ - অভিশাপ
আস্তিক - নাস্তিক
আয় - ব্যয়
আয়তী - বিধৱা
আঁতৰ - ওচৰ
ই
ইচ্ছা - অনিচ্ছা
ইহলোক - পৰলোক
ইষ্ট - অনিষ্ট
উ
উচিত - অনুচিত
উচ্চ - নীচ
উচ্ছৃঙ্খল - সুশৃঙ্খল
উজনি - নামনি
উজু - টান, জটিল
উত্তৰ - প্ৰশ্ন
উত্তম - নৰম, অধম
উত্তমৰ্ণ - অধমৰ্ণ
উত্থান - পতন
উদয় - অস্ত
উদাৰ - সংকীৰ্ণ
উদ্গতি - অৱনতি
উদং - ভৰ্তি
উন্নতি - অৱনতি
উন্মুক্ত - অৱৰুদ্ধ
উপকাৰ - অপকাৰ
উপযুক্ত - অনুপযুক্ত
উপযোগী - অনুপযোগী
উপস্থিত - অনুপস্থিত
উৰ্বৰ - অনুৰ্বৰ
উৎকৃষ্ট - নিকৃষ্ট
উৎসাহ - নিৰুৎসাহ
এ
এতিয়া - তেতিয়া
ঐ
ঐক্য - অনৈক্য
ও
ওখ - চাপৰ
ওপৰ - তল
ওপৰত - তলত
আগৰ বছৰৰ HSLC পৰীক্ষাৰ প্ৰশ্ন পত্ৰৰ কিছুমান বিপৰীত শব্দৰ উত্তৰ
কনিষ্ঠ - জ্যেষ্ঠ (HSLC 2008)
কৃতজ্ঞ - অকৃতজ্ঞ (HSLC 2013)
গহীন - পাতল (HSLC 2015)
গ্ৰহণ - ত্যাগ, বৰ্জন (HSLC 2003)
জন্ম - মৃত্যু (HSLC 2001)
জ্যেষ্ঠ - কনিষ্ঠ (HSLC 2007)
জ্ঞানী - মূৰ্খ (HSLC 2002)
টান - উজু, ঢিলা (HSLC 2014)
দুৰ্বল - সবল (HSLC 2000)
দোষ - নিৰ্দোষ (HSLC 2012)
নিৰ্ভুল - ভুল (HSLC 2007)
পৰোক্ষ - প্ৰত্যক্ষ (HSLC 2008, 2010)
প্ৰশংসা - নিন্দা (HSLC 2006)
প্ৰাচীন - নবীন (HSLC 2003)
বিশ্বাস - অবিশ্বাস (HSLC 2012)
মৃত - জীৱিত (HSLC 2006, 2010)
সন্মান - অসন্মান, অপমান (HSLC 2015)
সম্পদ - অসম্পদ (HSLC 1999)
সুখী - দুখী (HSLC 2006)
স্বাধীন - পৰাধীন (HSLC 2000)
স্থাৱৰ - অস্থাৱৰ (HSLC 1999)
হৰ্ষ - বিষাদ (HSLC 1999)
ক্ষয় - অক্ষয়, বৃদ্ধি (HSLC 2015)
অকৃতজ্ঞ - কৃতজ্ঞ (HSLC 2011)
অনুকূল - প্ৰতিকূল (HSLC 2002)
অমৃত - বিষ, গৰল (HSLC 2009)
আকৰ্ষণ - বিকৰ্ষণ (HSLC 2002)
আকাশ - পাতাল (HSLC 2014)
আনন্দ - বিষাদ, নিৰানন্দ (HSLC 2002, 2012)
আৱাহন - বিসৰ্জন (HSLC 2000, 2014)
আৰ্ৱিভাৱ - তিৰোভাৱ, অন্তৰ্ধান (HSLC 2003)
আশা - নিৰাশা (HSLC 2013)
আশীৰ্বাদ - অভিশাপ (HSLC 2009)
ইহলোক - পৰলোক (HSLC 2009, 2014)
উচ্চ - নীচ (HSLC 2003)
উজনি - নামনি (HSLC 2000)
উন্নতি - অৱনতি (HSLC 2006, 2013)
উপকাৰ - অপকাৰ (HSLC 1999)
ওখ - চাপৰ (HSLC 2002, 2009)
No comments:
Post a Comment