4.6.21

Fog class 10 poem Summary in Assamese

Fog class 10 poem Summary in Assamese

Fog class 10 poem Summary in Assamese


Fog class 10 poem Summary in Assamese: Fog is a poem from class 10 English NCERT main text-book. The poem Fog is composed by poet Carl Sandburg. Here you'll get Fog class 10 poem's summary and explanation in Assamese. 



Fog কবিতাটো Carl Sandburg ৰ দ্বাৰা লিখা হৈছে। ইয়াত Fog   কবিতাটো অসমীয়াত উপস্থাপন কৰিবলৈ প্ৰচেষ্টা কৰিছো। 



Fog class 10 poem summary in Assamese / Fog kobitar axomiat mulvab


কবি Carl sandburg য়ে কয় যে সাধাৰণতে শীতকালত দেখা পোৱা কুঁৱলী (অতি ডাঠ কুঁৱলী) চহৰ আৰু বন্দৰৰ ফালে কোনো শব্দ নকৰাকৈ মেকুৰীৰ দৰে আহি আছে যিটো কোনেও লক্ষ্য কৰিব নোৱাৰে। তেওঁ ইয়াৰ (কুঁৱলী) আগমনক এটা সৰু মেকুৰীৰ সৈতে তুলনা কৰিছে কিয়নো মেকুৰীয়ে সদায় নিঃশব্দে এটা ঠাইত প্ৰৱেশ কৰে।


কবিয়ে কয় যে কুঁৱলীয়ে গোটেই চহৰ খন আৰু বন্দৰ আৱৰি ধৰিছে আৰু এনে লাগিছে যেন ই ভৰি ভাঁজ কৰি বহি আছে আৰু চাৰিওফালে চাই আছে।


শেষত, কবিয়ে কয় যে কুঁৱলীৰ প্ৰস্থান যিটো আকৌ মেকুৰীৰ প্ৰস্থানৰ দৰে অতি নিৰৱে কৰিছে ।

No comments:

Post a Comment