16.9.21

Class 10 Science Unit Test Solved Questions Answers

Class 10 Science Unit Test Solved Questions Answers

Class 10 Science Unit Test Solved Questions Answers

1. Ans:

(i) Mg

(ii) ছডিয়াম

(iii) ৰেচন অংগ।

(iv) পানী

(v) মৃত্তিকা

(vi) R = 2f


2. বৰ্তমানলৈ আৱিষ্কৃত মৌলৰ সংখ্যা কিমান?

উত্তৰ: এতিয়ালৈকে ১১৮ টা মৌলৰ আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ ভিতৰত, ৯১ টা মৌলৰ হৈছে ধাতু ।


3. এমিবাই কিহৰ সহায়ত খাদ্য সংগ্ৰহ কৰে ?

উত্তৰ: এমিবাই কূটপদৰ সহায়ত খাদ্য সংগ্ৰহ কৰে ।


4. অবতল দাপোনৰ মুখ্য ফোকাচৰ সংজ্ঞা দিয়া ।

উত্তৰ: ই হৈছে মুখ্য অক্ষৰ এটা বিন্দু য'ত প্ৰতিফলনৰ পিছত মূল অক্ষৰ সমান্তৰাল পোহৰৰ ৰশ্মি প্ৰকৃততে মিলিত হয় ।


5. গাড়ীৰ পিছলৈ চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় ?

উত্তৰ: উত্তল দাপোন ( convex mirror) 


6. পৰ্য্যবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় বুলিলে কি বুজা ?

উত্তৰ: মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পথালি শাৰিবোৰক পৰ্যায় বোলা হয় ।


7. ধাতুকল্প কাক বোলে ? দুবিধ ধাতুকল্প নাম লিখা ।

উত্তৰ: যিবোৰ মৌলই ধাতু আৰু অধাতু দুয়েৰে ধৰ্ম দেখুৱাই তেনেবোৰ মৌলক ধাতুকল্প বোলে ।

যেনে : Ge, As, Te


8. সবাত শ্বসন আৰু অবাত শ্বসন মানে কি বোজা ?

উত্তৰ: সবাত শ্বসন : অক্সিজেনৰ উপস্থিতিত পাইৰুভেট বা গ্লুকজক তিনিটা কাৰ্বন ডাই অক্সাইড অাৰু পানীলৈ বিজাৰিত কৰে তেনে শ্বসনক সবাত শ্বসন বোলে ।


অবাত শ্বসন : অক্সিজেনৰ অনুপস্থিত কিন্ধন প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকজক  কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ বিজাৰিত কৰে এনে শ্বসন প্ৰক্ৰিয়াকে অবাত শ্বসন বোলে ।



9. ৰেচন কাক বোলে ? মানুহৰ দেহত থকা যিকোনো দুবিধ ৰেচন অংগৰ নাম লিখা ।

উত্তৰ: জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ নিষ্কাশন কৰাৰ প্ৰয়োজন । জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰে দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন বোলে  এটা মূত্ৰ্থলী ইত্যাদি ।


মানুহৰ দেহত থকা দুবিধ ৰেচন অংগৰ নাম এযোৰ বৃক্ক এযোৰ মূত্ৰনলী।

10. প্ৰতিফলনৰ সূত্ৰ দুটা লিখা 

উত্তৰ: সূত্ৰ সমূহ হ'ল- 


১) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে।


২) আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয়।


12. আধুনিক পর্য্যবৃত্ত তালিকাৰ ভিত্তি কি ? আধুনিক পর্য্যবৃত্ত তালিকাৰ সূত্ৰটো লিখা ।

উত্তৰ: আধুনিক পর্য্যবৃত্ত তালিকাত বৰ্ধিত পাৰমাণৱিক সংখ্যা, জেড অনুসৰি, উপাদানবোৰ সজ্জিত কৰা হয়।


আধুনিক পর্য্যবৃত্ত তালিকাৰ সূত্ৰ

মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় ।


13.এটা মৌলৰ পাৰমানৱিক সংখ্যা 17

(i)  ইয়াৰ ইলেকট্ৰনীয় বিন্যাস লিখা

(ii) ইয়াত যযোক ইলেক্ট্ৰনৰ সংখ্যা কিমান

(iii) মৌলতু ধাতু নে অধাতু

উত্তৰ: (i) 2.8.7

         (ii) 7

         (iii) অধাতু 


16. উত্তৰ: দিয়া আছে,

                  লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm

                  ফ’কাছ দৈর্ঘ্যৰ, f = 15 cm

                  প্ৰতিবিম্বৰ দূৰত্ব, v = ?

     দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও






 





No comments:

Post a Comment